উপসৰ্গ |
অৰ্থ |
উদাহৰণ |
প্ৰ |
অতিশয়, উত্তম, আগত যোৱা ইত্যাদি |
প্ৰকাৰ, প্ৰমাণ, প্ৰচলিত, প্ৰবীণ, প্ৰণালী, প্ৰক্ৰিয়া, প্ৰণয়, প্ৰণীত, প্ৰধান |
পৰা |
শ্ৰেষ্ঠ হোৱা, অপমান দিয়া, ভঙ্গ ইত্যাদি |
পৰাভৱ, পৰাজয়, পৰামৰ্শ, পৰাক্ৰম, পৰাধীন |
অপ |
বেয়া, নিকৃষ্ট, বিৰুদ্ধ, ভিন ইত্যাদি |
অপকাৰ, অপমান, অপবাদ, অপচয়, অপব্যয়, অপৰূপ |
সম |
সকলো, একেলগে, উত্তম ইত্যাদি |
সংসৃষ্ট, সংসৰ্গ, সংস্কৃত, সংযোগ, সংলগ্ন, সংস্কাৰ |
নি |
অভাৱ, ভিতৰ, ওপৰ, নিশ্চয় ইত্যাদি |
নিদাৰুণ, নিকৰুণ, নিধি, নিহত, নিধান, নিলয় |
অব্ |
বেয়া, দূৰ, কম, অধোগতি ইত্যাদি |
অবধান, অবহিত, অবমাননা, অৱসৰ, অৱতৰণ |
অনু |
নীহ, পাচ, সমান ইত্যাদি |
অনুসাৰে, অনুচৰ, অনুগামী, অনুমান, অনুশীলন, অনুগত, অনুৰোধ |
নিৰ্ |
নিশ্চয়, বাহিৰ, অভাৱ, বিনে ইত্যাদি |
নিৰ্দ্দয়, নিৰ্ম্মাণ, নিৰ্ম্মল, নিৰ্গুণ, নিৰ্ব্বাণ, নিৰ্ণয়, নিৰ্ব্বলী |
দুৰ্ |
উত্তম, বেয়া, হীন, অন্য ইত্যাদি |
দুৰ্ম্মতি, দুৰ্গতি, দুৰ্ল্লভ, দুৰ্দ্ধৰ্ষ, দুৰ্ণাম, দুৰ্যশ, দুৰ্ব্বলী, দুৰ্জ্জয় |
বি |
বেয়া, শেষ, বিৰুদ্ধে ইত্যাদি |
বিপদ, বিনাশ, বিদায়, বিকাৰ, বিলয়, বিনয়, বিপৰীত, বিকশিত |
অধি |
ঘাই, ওপৰ ইত্যাদি |
অধিকাৰ, অধ্যয়ন, অধ্যবসায়, অধিবাস |
সু |
ভাল, উজু, অতিশয় ইত্যাদি |
সুদৰ্শন, সুনীতি, সুকৰ্ম্ম, সুযোগ, সুলভ, সুগম, সুকৰ |
উৎ |
শ্ৰেষ্ঠ, উৰ্দ্ধ ইত্যাদি |
উন্নতি, উদ্ধাৰ, উদ্ধৱ, উচ্চাৰণ, উৎকৃষ্ট, উৎপাত, উদ্ধত, উদ্গাৰ |
পৰি |
সৰ্ব্বত্ৰ, কেউপিনে, চৌপাশে, অতিশয় ইত্যাদি |
পৰিমাণ, পৰাতাপ, পৰিণাম, পৰিধান, পৰিচয়, পৰিণয়, পৰিপাটি |
প্ৰতি |
সমান, সমুখ, বিৰুদ্ধে, গাই গাই ইত্যাদি |
প্ৰতিকাৰ, প্ৰতিপন্ন, প্ৰত্যয়, প্ৰতিপদ, প্ৰতিবাদী, প্ৰত্যাগমন |
অভি |
সমুখ, ঘাই, ওচৰ ইত্যাদি |
অভিশাপ, অভিমান, অভিবাদন, অভিলাষ, অভিৰুচি, অভ্যুদয়, অভিজ্ঞ |
অপি |
ওপৰ, সন্দেহ ইত্যাদি |
অপিচ, অপিধান |
অতি |
অধিক, ঘাই ইত্যাদি |
অতিশয়, অতিক্ৰম, অতিথি, অতিৰিক্ত, অতীত |
উপ |
সামান্য, ওচৰ, প্ৰায়, তুল্য ইত্যাদি |
উপসাৰ, উপসৰ্গ, উপমা, উপযুক্ত, উপন্যাস, উপদেশ |
আ |
অলপ, পৰ্য্যন্ত, অবধি, পুনৰ, সৰু ইত্যাদি |
আপত্তি, আপদ, আপাততঃ, আপ্যায়িত, আভৰণ, আভা, আবদ্ধ |